Gauhati University Business Laws Question Paper 2020 | 1st Sem [CBCS Pattern]

Narayan Basumatary
0

Gauhati University Business Laws Question Paper 2020 1st Sem [CBCS Pattern]

4 (Sem- 1/ CBCS) BUSL

2020

(Held in 2021)

COMMERCE

BUSINESS LAWS

( Honours Core )

Paper : COM-HC-1026

Full Marks : 80

Time : Three hours

The figures in the margin indicate full marks for the questions.

Answer either in English or in Assamese.

( ইংৰাজী অথবা অসমীয়াত উত্তৰ লিখিবা। )

Gauhati University Business Laws Question Paper 2020

1)      Choose the correct option from the following :         1*5=5

নিম্নোক্ত বিকল্পসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা : 

a)      The Indian Contract Act, 1872 came into force on

ভাৰতীয় চুক্তি আইন, ১৮৭২ খন বলৱৎ হৈছিল

i)      1st January, 1872 / ১ জানুৱাৰী, ১৮৭২

ii)   1st April, 1872 / ১ এপ্ৰিল, ১৮৭২

iii) 1st July, 1872 / ১ জুলাই, ১৮৭২

iv)  1st September, 1872 / চেপ্তেম্বৰ, ১৮৭২

b)     In a sale there is an implied condition on the part of the seller that he

বিক্ৰিৰ ক্ষেত্ৰত বিক্ৰেতাৰ এটা অৰ্ন্তনিহিত চৰ্ত থাকে যে তেওঁ

i)     Is in possession of the goods / পণ্যৰ দখলত আছে

ii)   will have the right to sell / বিক্ৰী কৰাৰ অধিকাৰ পাব

iii) will possess the goods / পণ্যৰ দখল পাব

iv)  has a right to sell the goods / পণ্যৰ বিক্ৰী অধিকাৰ আছে

c)      The provisions regarding maximum number of members in a partnership are given in

অংশীদাৰী ব্যৱসায়ত সৰ্বাধিক সভ্যৰ সংখ্যা সন্দৰ্ভত বিধিবিধান থকা আইনখন হ 

i)     the Companies Act / কোম্পানী আইন

ii)   the Partnership Act / অংশীদাৰী আইন

iii) the Contract Act / চুক্তি আইন

iv)  the Societies Registration Act / সমিতি পঞ্জীকৰণ আইন

d)     The Right to Information Act, 2005 came into force on

২০০৫ চনৰ তথ্যৰ অধিকাৰ আইনখন বলৱৎ হৈছিল

i)     12th May, 2005 / ১২ মে, ২০০৫

ii)   12th April, 2005 / ১২ এপ্ৰিল, ২০০৫

iii) 12th October, 2005 / ১২ অক্টোবৰ, ২০০৫

iv)  12th December, 2005 / ১২ ডিচেম্বৰ, ২০০৫

e)      A contract of indemnity is a

ক্ষতিপূৰণৰ চুক্তি এটা

i)     contingent contract / ঘটনাসাপেক্ষ চুক্তি

ii)   wagering contract / বাজীধৰা চুক্তি

iii) Quasi contract / সদৃশ চুক্তি

iv)  future contract / ভৱিষ্যত চুক্তি

2)     State whether the following statements are correct or incorrect :    1*5=5

তলত দিয়া বিবৃতিসমূহ শুদ্ধ নে অশুদ্ধ লিখা : 

a)     A bill of exchange needs acceptance.

এখন বিনিময় বিলত স্বীকৃতিৰ প্ৰয়োজন

b)     The Sale of Goods Act, 1930 came into force from 1st July, 1930.

১জুলাই, ১৯৩০- ৰ পৰা বিক্ৰী আইন, ১৯৩০ খন বলৱৎ হৈছিল

c)      A contract with or by a minor is a valid contract.

নাবালকৰ লগত বা নাবালকৰ দ্বাৰা কৰা চুক্তি এটা বৈধ চুক্তি

d)     An agent cannot work for more than one principal.

এজনতকৈ অধিক মুখ্যব্যক্তিৰ বাবে এজন প্ৰতিনিধিয়ে কাম কৰিব নোৱাৰে

e)      Registration of limited liability partnership shall be with the Registration of Companies.

কোম্পানীসমূহৰ পঞ্জীয়কৰ লগত সীমিত দায়িত্বৰ অংশীদাৰী প্ৰতিষ্ঠানৰ পঞ্জীয়ন কৰিব লাগিব

3)     Answer the following question in brief :               2*5=10

নিম্নোক্ত প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া : 

a)     What is void agreement ?

বাতিল বন্দোবস্ত কাক বোলে ?

b)     Write two elements of a contract of indemnity.

ক্ষতিপূৰণ চুক্তিৰ দুটা উপাদান লিখা

c)      Write two differences between sale and hire-purchase.

বিক্ৰী আৰু ভাড়া-ক্ৰয়ৰ মাজত দুটা পাৰ্থক্য লিখা

d)     Who are the parties to a Cheque ?

চেকৰ পক্ষসমূহ কোন কোন ?

e)      Write two differences between Partnership and Co-ownership.

অংশীদাৰী প্ৰতিষ্ঠান আৰু সহমালিকানাৰ মাজত দুটা পাৰ্থক্য লিখা

4)     Answer any four of the following questions :       5*4=20

নিম্নোক্ত প্ৰশ্নসমূহৰ যিকোনো চাৰিটাৰ উত্তৰ দিয়া : 

a)     Briefly explain various kinds of contract on the basis of formation and performance.

গঠন আৰু কাৰ্য্যসম্পাদনৰ দৃষ্ঠিৰ পৰা বিভিন্ন ধৰণৰ চুক্তিৰ চমুকৈ ব্যাখ্যা কৰা

b)     Briefly state different types of partners.

বিভিন্ন প্ৰকাৰৰ অংশীদাৰসমূহৰ বিষয়ে চমুকৈ বৰ্ণনা দিয়া

c)      State the rights of bailee.

গচ্ছনীয়াৰ অধিকাৰসমূহ বৰ্ণনা কৰা

d)     Briefly explain the quasi-contracts dealt with under the Indian Contract Act.

ভাৰতীয় চুক্তি আইনত সদৃশ-চুক্তি হিচাপে বিবেচ্য প্ৰকাৰসমূহ চমুকৈ ব্যাখ্যা কৰা

e)      Distinguish between Promissory Note and Cheque.

প্ৰতিশ্ৰুতি পত্ৰ আৰু চেকৰ মাজত পাৰ্থক্য লিখা

f)      Explain different types of goods under the Sale of Goods Act, 1930.

দ্ৰব্য বিক্ৰী আইন, ১৯৩০-ৰ অধীনত বিভিন্ন প্ৰকাৰৰ দ্ৰব্যৰ বিষয়ে ব্যাখ্যা কৰা

5)     What is consideration in a contract? Discuss the rules relating to consideration.     2+8=10

চুক্তিত প্ৰতিদান মানে কি ? প্ৰতিদান সম্পৰ্কীয় বিধিসমূহ আলোচনা কৰা

Or / অথবা

Discuss the essential elements of a valid contract.

বৈধ চুক্তিৰ অত্যাৱশ্যকীয় উপাদানসমূহ আলোচনা কৰা। 10

6)     Discuss the rights of surety against the creditor and principal debtor. Explain the duties of an agent.  6+4=10

পাওনাদাৰ আৰু মুখ্য দেনাদাৰৰ বিপক্ষে জামিনদাৰৰ অধিকাৰসমূহ আলোচনা কৰা। প্ৰতিনিধিৰ কৰ্তব্যসমূহ আলোচনা কৰা

Or / অথবা

State the essential elements of a Contract of a Sale. Also distinguish between Sale and Agreement to Sell.         5+5=10

বিক্ৰী চুক্তিৰ অত্যাৱশ্যকীয় উপাদনসমূহ বৰ্ণনা কৰা। লগতে বিক্ৰী আৰু বিক্ৰীৰ বাবে কৰা বন্দোৱস্তৰ মাজত পাৰ্থক্য লিখা

7)     Distinguish between Partnership and Limited Liability Partnership. State various documents required for registration of Limited Liability Partnership.    6+4=10

অংশীদাৰী প্ৰতিষ্ঠান আৰু সীমিত দায়িত্বৰ অংশীদাৰী প্ৰতিষ্ঠানৰ মাজত পাৰ্থক্য লিখা। সীমিত দায়িত্বৰ অংশীদাৰী প্ৰতিষ্ঠান পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় বিভিন্ন নথি-পত্ৰ উল্লেখ কৰা

Or / অথবা

Explain the procedures of registration of partnership firms. Also state the benefits of registration of partnership firms.            6+4=10

অংশীদাৰীপ্ৰতিষ্ঠানৰ পঞ্জীয়নৰ কাৰ্য্যপ্ৰণালীসমূহ ব্যাখ্যা কৰা। লগতে অংশীদাৰী প্ৰতিষ্ঠান পঞ্জীয়নৰ লাভসমূহ বৰ্ণনা কৰা

8)     State the privileges enjoyed by a holder in a due course. Explain various types of crossing of a Cheque.   5+5=10 যথাবিহিত ধাৰকে ভোগ কৰা সুবিধাসমূহ বৰ্ণনা কৰা। বিভিন্ন প্ৰকাৰৰ ৰেখাংকন চেকৰ বিষয়ে আলোচনা কৰা। 

Or / অথবা

Discuss the obligation of public authorities under the Right to Information Act, 2005.     10

২০০৫ চনৰ তথ্যৰ অধিকাৰ আইনৰ অধীনত ৰাজহুৱা কৰ্তৃপক্ষৰ দায়িত্বসমূহ আলোচনা কৰা

    Must Read:

    Post a Comment

    0 Comments

    Post a Comment (0)

    #buttons=(Ok, Go it!) #days=(20)

    Our website uses cookies to enhance your experience. Check Now
    Ok, Go it!