Gauhati University Business Laws Question Paper 2019 1st Sem [CBCS Pattern]
4 (Sem- 1/ CBCS) BUSL
2019
COMMERCE
BUSINESS LAWS
( Honours Core )
Paper : COM-HC-1036
Full Marks : 80
Time : 3 hours
The figures in the margin indicate full marks for the questions.
Answer either in English or in Assamese.
( ইংৰাজী অথবা অসমীয়াত উত্তৰ লিখিবা। )
1)
Choose the
correct option from the following: 1*5 = 5
নিম্নোক্ত বিকল্পসমূহৰ পৰা শুদ্ধ উত্তৰটো ৱাছি উলিওৱা :
a)
An
agreement to procure a government job is a/ an
চৰকাৰী চাকৰি সংগ্ৰহৰ অৰ্থে সম্পাদন কৰা বন্দৱস্ত নিম্নোক্ত কোনটো নামেৰে জনা যায় ?
i)
void
agreement / বাতিল বন্দৱস্ত
ii)
Illegal
agreement / অবৈধ বন্দৱস্ত
iii)
voidable
agreement / বাতিলযোগ্য
iv)
unenforceable
agreement / বলবৎ আযোগ্য বন্দবস্ত
b)
Who among
the following appoints a sub- agent?
নিম্নোক্ত কোনজনে উপপ্ৰতিনিধি নিয়োগ কৰে ?
i)
Principal /
মুখ্য ব্যক্তি
ii)
Agent / প্ৰতিনিধি
iii)
Both (1)
and (2) / (১) আৰু (২) দুয়োটাই
iv)
Third
person / তৃতীয় ব্যক্তি
c)
The Sale of
Good Act, 1930 came into force on
দ্ৰৱ্য বিক্ৰী আইন, ১৯৩০ খন বলৱৎ হৈছিল
i)
1st May,
1930 / ১ মে, ১৯৩০
ii)
1st June,
1930 / ১ জুন, ১৯৩০
iii)
1st July,
1930 / ১ জুলাই, ১৯৩০
iv)
1st July,
1931 / ১ জুলাই, ১৯৩১
d)
Registration
of partnership firm is
অংশীদাৰী প্ৰতিষ্ঠান পঞ্জীয়ন কৰাটো
i)
Optional / ইচ্ছাধীন
ii)
Compulsory
/ বাধ্যতামূলক
iii)
Both (1)
and (2) / (১) আৰু (২) দুয়োটাই
iv)
None of the
above / ওপৰৰ এটাও নহয়
e)
Who
appoints the Central Information Commissioner?
কেন্দ্ৰীয় তথ্য আয়ুক্তক কোনে নিযুক্তি দিয়ে?
i)
The prime
Minister of India / ভাৰতৰ প্ৰধানমন্ত্ৰী
ii)
The
President of India / ভাৰতৰ ৰাষ্ট্ৰপতি
iii)
The Chief
Justice of the Supreme Court / উচ্চতৰ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
iv)
None of
them / ওপৰৰ এজনো নহয়
2)
State
whether the following statements are correct or incorrect: 1*5=5
তলত দিয়া বিবৃতিসমূহ শুদ্ধ নে অশুদ্ধ লিখা :
a)
The Indian
Contract Act came into effect from 1st September, 1872.
ভাৰতীয় চুক্তি আইন, ১৮৭২ চনৰ ১ ছেপ্তেম্বৰৰ পৰা বলৱৎ হৈছিল।
b)
A contract
of life insurance is an indemnity contract.
জীৱন বীমাৰ চুক্তি এটা ক্ষতিপূৰণ চুক্তি।
c)
Sale is an
executed contract.
বিক্ৰী এটা সম্পাদিত চুক্তি।
d)
The paying
banker has no right to dishonour a cheque.
পৰিশোধকাৰী বেংকৰ চেকৰ পৰিশোধ প্ৰত্যাখ্যান কৰাৰ অধিকাৰ নাই।
e)
A
promissory note can be crossed.
এখন প্ৰতিশ্ৰুতি পত্ৰ ৰেখাংকন কৰিব পাৰি।
3)
Answer the
following questions in brief:
2*5=10
নিম্নোক্ত প্ৰশ্নসমুহৰ চমু উত্তৰ দিয়া
a)
Who can
Cross a cheque?
কোনে চেক ৰেখাংকন কৰিব পাৰে?
b)
What is a
contract?
চুক্তি কাক বোলে ?
c)
Write to
rights of surety.
জামিনদাৰৰ দুটা অধিকাৰ লিখা।
d)
Write two
essential elements of a contract of sale.
বিক্ৰী চুক্তিৰ দুটা অত্যাৱশ্যকীয় উপাদান লিখা।
e)
Write two
differences between partnership and co ownership.
অংশীদাৰী প্ৰতিষ্ঠান আৰু সহমালিকানাৰ মাজত দুটা পাৰ্থক্য লিখা।
4)
Answer any
four of the following questions:
5*4=20
নিম্নোক্ত প্ৰশ্নসমূহৰ যি কোনো চাৰিটাৰ উত্তৰ দিয়া :
a)
Briefly
state the various kinds of contract on the basis of validity.
সিদ্ধতাৰ দৃষ্টিৰ পৰা বিভিন্ন ধৰণৰ চুক্তিৰ চমুকৈ বৰ্ণনা দিয়া।
b)
Explain the
duties of bailee.
গচ্ছনীয়াৰ কৰ্তব্যসমূহৰ ব্যাখ্যা কৰা।
c)
State the
essential elements of partnership.
অংশীদাৰী প্ৰতিষ্ঠানৰ অত্যাৱশ্যকীয় উপাদানসমুহ বৰ্ণনা কৰা।
d)
Explain the
different types of goods under the Sale of Goods Act, 1930.
দ্ৰৱ্য বিক্ৰী আইন, ১৯৩০ ৰ অধীনত বিভিন্ন প্ৰকাৰৰ দ্ৰৱ্যৰ বিষয়ে ব্যাখ্যা কৰা।
e)
Distinguish
between cheque and bill of exchange.
চেক আৰু বিনিময় পত্ৰৰ মাজত পাৰ্থক্য লিখা।
f)
Discuss
with examples the rules relating to contingent contracts.
ঘটনা সাপেক্ষে চুক্তিৰ সন্দৰ্ভত থকা নিয়মাৱলী উদাহৰণসহ আলোচনা কৰা।
5)
Discuss
with examples the essential elements of a valid contract.
10
বৈধ চুক্তিৰ অত্যাৱশ্যকীয় উপাদানসমূহ উদাহৰণসহ আলোচনা কৰা।
Or / অথবা
Discuss the different
types of void agreements under the Indian Contract Act, 1872.
ভাৰতীয় চুক্তি আইন, ১৮৭২ ৰ অধীনত বিভিন্ন প্ৰকাৰৰ বাতিল বন্দৱস্তসমূহৰ আলোচনা কৰা।
6)
Distinguish
between a contract of indemnity and a contract of guarantee. Briefly discuss
the rights of an agent. 5+5=10
ক্ষতিপূৰণ চুক্তি আৰু জামিন চুক্তিৰ মাজত পাৰ্থক্য লিখা। এজন প্ৰতিনিধিৰ অধিকাৰসমূহ চমুকৈ আলোচনা কৰা।
Or / অথবা
Who is an unpaid seller?
Discuss the rights of an unpaid seller.
2+8=10
অপৰিশোধিত বিক্ৰেতা কোন ? অপৰিশোধিত বিক্ৰেতাৰ অধিকাৰসমূহ আলোচনা কৰা।
7)
State the
features of Limited Liability Partnership. Discuss the advantages of Limited
Liability Partnership. 4+6=10
সীমিত দায়িত্বৰ অংশীদাৰী প্ৰতিষ্ঠানৰ বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা। সীমিত দায়িত্বৰ অংশীদাৰী প্ৰতিষ্ঠানৰ সুবিধাসমূহ আলোচনা কৰা।
Or / অথবা
State the rights and
duties of a partner under the Indian Partnership Act, 1932.
ভাৰতীয় অংশীদাৰী আইন, ১৯৩২ ৰ অধীনত অংশীদাৰৰ অধিকাৰসমূহ আৰু দায়িত্বসমূহ আলোচনা কৰা।
10
8)
Under what
circumstances the banker must refuse payment of cheques? Briefly discuss the
different kinds of endorsement. 5+5=10
কি কি পৰিস্থিতিত বেংকে চেকৰ পৰিশোধ অস্বীকাৰ কৰিবই লাগিব ? বিভিন্ন প্ৰকাৰৰ পৃষ্ঠাংকনৰ বিষয়ে চমুকৈ আলোচনা কৰা।
Or / অথবা
What are the
obligations of public authorities under the Right to Information Act, 2005?
Discuss. 10
২০০৫ চনৰ তথ্যৰ অধিকাৰ আইন অনুসৰি ৰাজহুৱা কৰ্তৃপক্ষৰ দায়িত্বসমূহ কি কি ? আলোচনা কৰা।