Gauhati University Investing in Stock Market Question Paper 2019 | 1st Sem (CBCS Pattern)

Narayan Basumatary
0

Gauhati University Gauhati University Investing in Stock Market Question Paper 2019 1st Sem [CBCS Pattern]

4 (Sem- 1/ CBCS) ISM

2019

COMMERCE

INVESTING IN STOCK MARKET

(Honours Core)

Paper : COM-HG-1026

Full Marks : 80

Time : Three hours

The figures in the margin indicate full marks for the questions.

Answer either in English or in Assamese.

( ইংৰাজী অথবা অসমীয়াত উত্তৰ লিখিবা। )

Gauhati University Investing in Stock Market Question Paper 2019

1)      Answer the following as directed:            1*10=10

নিৰ্দেশানুযায়ী তলত দিয়াসমূহৰ উত্তৰ কৰা:

a)   “The basic objective of investor is to minimize the risk and maximize the return on investment.” Write whether the statement is true or false.

সৰ্বনিম্ন বিপদাশংকা সৰ্বোচ্চ লাভ অৰ্জন কৰাটোৱেই বিনিয়োগকাৰীৰ মূল লক্ষ্য’’ এই উক্তিটো সঁচা নে মিছা লিখা

b)     In Indian, mutual fund scheme was first started in

ভাৰতত প্ৰথম উমৈহতীয়া পুঁজি আঁচনি আৰম্ভ হৈছিল

i)       1964 / ১৯৬৪ চনত

ii)     1987 / ১৯৮৭ চনত

iii)   1992 / ১৯৯২ চনত

iv)   None of the above / ওপৰৰ এটাও নহয়

  (Choose the correct alternative)

            (শুদ্ধ বিকল্পটো ৱাচি উলিওৱা)

c)     Which of the following features is not related with the open-ended mutual fund?

তলৰ কোনটো বৈশিষ্ট্য মুক্ত পৰিসীমাৰ উমৈহতীয়া পুঁজিৰ লগত জড়িত নহয়?

i)       It has a fixed maturity period. / ইয়াৰ এটা স্থায়ী নিৰ্ধাৰিত কাৰ্যকাল আছে

ii)     The investor can subscribe their fund at any time. / বিনিয়োগকাৰীয়ে যি কোনো সময়ত তেওঁলোকৰ ধন খটুৱাব পাৰে

iii)   It provides prompt liquidity to investors. / বিনিয়োগকাৰীক খৰতকীয়া তাৰল্য প্ৰদান কৰে

iv)   The investor has an option to redeem their holding at any time. / বিনিয়োগকাৰীয়ে যি কোনো সময়ত তেওঁলোকৰ ধন ঘূৰাই পাৰে

  (Choose the correct alternative)

            (শুদ্ধ বিকল্পটো ৱাচি উলিওৱা)

d)     Which of the following is the oldest Stock Exchange of India?

তলৰ কোনটো ভাৰতৰ আটাইতকৈ পুৰণি ষ্টক বিনিময় কেন্দ্ৰ?

i)       Calcutta Stock Exchange / কলিকতা ষ্টক বিনিময় কেন্দ্ৰ

ii)     Ahmadabad Stock Exchange / আহমদাবাদ ষ্টক বিনিময় কেন্দ্ৰ

iii)   Bombay Stock Exchange / বোম্বে ষ্টক বিনিময় কেন্দ্ৰ

iv)   Gauhati Stock Exchange / গুৱাহাটী ষ্টক বিনিময় কেন্দ্ৰ

  (Choose the correct alternative)

            (শুদ্ধ বিকল্পটো ৱাচি উলিওৱা)

e)     Who is the regulatory authority of Indian Stock Market?

ভাৰতীয় অংশ বজাৰৰ নিয়ন্ত্ৰণকাৰী অধিকাৰী কোন?

f)      Which of the following is related in case of market order of investor?

তলৰ কোনটো বিনিয়োগকাৰীৰ বজাৰ নিৰ্দেশৰ লগত জড়িত?

i)       To buy shares at lowest possible price / সৰ্বনিম্ন সম্ভাব্য দৰত অংশপত্ৰ ক্ৰয় কৰা

ii)     To sell shares at highest possible price / সৰ্বোচ্চ সম্ভাব্য দৰত অংশপত্ৰ বিক্ৰি কৰা

iii)   Both (i) and (ii) / (i) আৰু (ii) উভয়ে প্ৰয়োয্য

iv)   None of the above / ওপৰৰ এটাও নহয়

  (Choose the correct alternative)

            (শুদ্ধ বিকল্পটো ৱাচি উলিওৱা)

g)     Write the full form of CRISIL.

CRISL- পূৰ্ণ ৰূপটো লিখা

h)     Which of the following is the feature of derivative?

নিম্নলিখিত কোনটো দেৰিভেটিভ উদ্ভুত নথিৰ বৈশিষ্ট্য হয়?

i)       It is an instrument whose value depends upon the value of some underlying assets. / এটা দলিল যাৰ মূল্য কোনো অন্তৰ্নিহিত পৰিসম্পদৰ মূল্যৰ ওপৰত নিৰ্ভৰ কৰে

ii)     It arises out of a contract between the two parties. / দুটা পক্ষৰ চুক্তিৰ পৰা উদ্ভৱ হয়

iii)   It may be of financial or commodity derivatives. / বিত্তীয় বা বস্তগত উদ্ভুত নথি পাৰে

iv)   All of the above / ওপৰৰ আটাইকেইটা

  (Choose the correct alternative)

            (শুদ্ধ বিকল্পটো ৱাচি উলিওৱা)

i)      “Security market is a market for equity, debts and derivatives.” The statement is

প্ৰতিভূতি বজাৰ সমাংশপত্ৰ, ঋণপত্ৰ আৰু উদ্ভুত নথিপত্ৰৰ বজাৰ এই উক্তিটো

i)       True / সত্য

ii)     False / অসত্য

  (Choose the correct alternative)

            (শুদ্ধ বিকল্পটো ৱাচি উলিওৱা)

j)      Liquidity ratio of a company basically consists of

কোম্পানীৰ তাৰল্য অনুপাত গঠিত হয়

i)       Current ratio / চলিত অনুপাতৰ দ্বাৰা

ii)     Acid test ratio / অগ্নি পৰিক্ষাৰ দ্বাৰা

iii)   Both (i) and (ii) / (i) আৰু (ii) উভয়ৰ দ্বাৰা

iv)   None of the above / ওপৰৰ এটাও নহয়

  (Choose the correct alternative)

            (শুদ্ধ বিকল্পটো ৱাচি উলিওৱা)

2)     Answer the following question in about 50 words each:          2*5=10

তলৰ প্ৰতিটো প্ৰশ্নৰ প্ৰত্যেকৰে প্ৰায় ৫০টা মান শব্দৰ ভিতৰত উত্তৰ কৰা:

a)     Give the meaning of investment.

বিনিয়োগৰ অৰ্থ বুজাই লিখা

b)     What is online trading of stock?

অনলাইন ষ্টক ব্যৱসায় বুলিলে কি বুজা?

c)     Define NAV.

NAV- সংজ্ঞা দিয়া

d)     What are commodity derivatives?

বস্ত্তগত উদ্ভুত নথি কি?

e)     Give an idea of primary market.

মুখ্য বজাৰ সম্পৰ্কে এটা ধাৰণা দিয়া

3)     Answer any four questions of the following in about 150 words each: 5*4=20

তলৰ যি কোনো চাৰিটা প্ৰশ্নৰ প্ৰত্যেকৰে প্ৰায় ১৫০টা মান শব্দৰ ভিতৰত উত্তৰ কৰা:

a)     Explain the procedure of buying and selling of securities in the stock market.

অংশ বজাৰত প্ৰতিভূতি ক্ৰয়-বিক্ৰয়ৰ পদ্ধতিটো বৰ্ণনা কৰা

b)     Mention the four ratios generally used by investor to evaluate the performance of a company.

কোম্পানী এটাৰ সফলতা নিৰ্ধাৰণত সাধাৰণতে ব্যৱহৃত হোৱা চাৰিটা আনুপাতিক আহিলা উল্লেখ কৰা

c)     Write a short note on the history of mutual fund.

উমৈহতীয়া পুঁজিৰ ইতিহাসৰ ওপৰত এটা চমু টোকা লিখা

d)     Describe the factors affecting the choice of mutual fund.

উমৈহতীয়া পুঁজি নিৰ্বাচনত প্ৰভাৱিত হোৱা উপাদানসমূহ আলোচনা কৰা

e)     Briefly explain the participants of derivative market.

উদ্ভুত নথি বজাৰত অংশগ্ৰহণকাৰীসকলৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা

f)      Write an explanatory note on the following:

নিম্নলিখিতৰ ওপৰত এটা বিশ্লেষণাত্মক টোকা লিখা:

Load and no-load mutual fund

ভৰযুক্ত আৰু ভৰমুক্ত উমৈহতীয়া পুঁজি

Or / অথবা

IPO and FPO

আই. পি. . আৰু এফ. পি. .

4)      Answer the following questions in about 600 words each:      10*4=40

তলৰ প্ৰতিটো প্ৰশ্নৰ প্ৰত্যেকৰে প্ৰায় ৬০০টা মান শব্দৰ ভিতৰত উত্তৰ কৰা:

a)     What is meant by mutual fund? Explain its advantages and disadvantages.         2+8=10

উমৈহতীয়া পুঁজি বুলিলে কি বুজা? ইয়াৰ সুবিধা আৰু অসুবিধাসমূহ বৰ্ণনা কৰা

Or / অথবা

Explain four types of instruments that are used in investment of fund.      10

পুঁজি বিনিয়োগত ব্যৱহৃত চাৰিবিধ আহিলাৰ বিষয়ে বৰ্ণনা কৰা

b)     Discuss in detail the functions of capital market.                         10

মূলধনী বজাৰৰ কাৰ্য্যৱলী বিশদভাৱে আলোচনা কৰা

Or / অথবা

Explain the various tools used for the analysis in the future prospect of a company.                    10

কোম্পানী এটাৰ ভৱিষ্যৎ দিশ নিৰ্ধাৰণত ব্যৱহৃত বিভিন্ন ধৰণৰ আহিলাসমূহৰ বিৱৰণ দিয়া

c)     In which year SEBI came into effect? Also point out the principal functions of SEBI.                          2+8=10

ভাৰতত ছেবি কেতিয়া কাৰ্যকৰী ৰূপ পাইছিল? ছেবিৰ মূল কাৰ্যাৱলী উল্লেখ কৰা

Or / অথবা

Distinguish between:                     5+5=10

পাৰ্থক্য লিখা:

i)      Open-ended mutual fund and Close-ended mutual fund.

মুক্ত-পৰিসীমাৰ উমৈহতীয়া পুঁজি আৰু বন্ধ-পৰিসীমাৰ উমৈহতীয়া পুঁজি

ii)    Limit order and Market order

সীমিত নিৰ্দেশ আৰু মাৰ্কেট নিৰ্দেশ

d)     What is meant by forward contract? Also point out the distinction between forward contract and future contract.               4+6=10

আগতীয়া চুক্তি বুলিলে কি বুজা? আগতীয়া চুক্তি আৰু ভৱিষ্যৎ চুক্তিৰ মাজত থকা প্ৰভেদটোও দেখুওৱা

Or /অথবা

Write notes on any two of the following:           5*2=10

তলৰ যি কোনো দুটাৰ টোকা যুগুত কৰা:

i)      Benefits of credit rating

ক্ৰেডিট ৰেটিংৰ সুবিধাসমূহ

ii)    Common mistakes while investing

বিনিয়োগৰ সময়ত কৰা সাধাৰণ ভুলসমূহ

iii)  The role of broker in stock market

প্ৰতিভূতি বজাৰত দালালৰ ভূমিকা

iv)  Price Earnings ratio

P. E. অনুপাত

    Must Read:

    Post a Comment

    0 Comments

    Post a Comment (0)

    #buttons=(Ok, Go it!) #days=(20)

    Our website uses cookies to enhance your experience. Check Now
    Ok, Go it!