Gauhati University Business Laws Question Paper 2022 1st Sem [CBCS Pattern]
4 (Sem- 1/ CBCS) BUSL
2022
COMMERCE
BUSINESS LAWS
( Honours Core )
Paper : COM-HC-1026
Full Marks : 80
Time : Three hours
The figures in the margin indicate full marks for the questions.
Answer either in English or in Assamese.
(ইংৰাজী অথবা অসমীয়াত উত্তৰ লিখিবা।)
1)
Choose the correct answer of the following: (any ten) 1*10=10
নিম্নোক্ত বিকল্পসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা: (যিকোনো দহটাৰ)
a)
An expression of interest to buy a showcase item from a shopkeeper
is a / an
দোকানীৰ আলমাৰীত সজাই থোৱা এপদ বস্ত কিনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰাটোক নিম্নোক্ত কোন ধৰণৰ ইচ্ছা প্ৰকাশ বুজায়?
i)
Acceptance / স্বীকৃতি
ii)
Request / অনুৰোধ
iii)
Choice / পছ্ন্দ
iv)
Offer / প্ৰস্তাৱত
b)
The Indian Contract Act, 1872 came into force on
ভাৰতীয় চুক্তি আইন, ১৮৭২ খন বলৱৎ হৈছিল
i)
1st January, 1872
/ ১ জানুৱাৰী, ১৮৭২
ii)
1st April, 1872
/ ১ এপ্ৰিল, ১৮৭২
iii)
1st July, 1872
/ ১ জুলাই, ১৮৭২
iv)
1st September, 1872
/ ১ ছেপ্তেম্বৰ, ১৮৭২
c)
An agreement to procure a government job is a / an
চৰকাৰী চাকৰি সংগ্ৰহৰ অৰ্থে সম্পাদন কৰা বন্দৱস্ত
i)
Illegal agreement
/ অবৈধ বন্দৱস্ত
ii)
Unenforceable agreement
/ বলৱৎ অযোগ্য বন্দৱস্ত
iii)
Void agreement
/ বাতিল বন্দৱস্ত
iv)
Voidable agreement
/ বাতিলযোগ্য বন্দৱস্ত
d)
A contract of indemnity is a
ক্ষতিপূৰণৰ চুক্তি এটা
i)
Future contract
/ ভৱিষ্যত চুক্তি
ii)
Wagering contract
/ বাজীধৰা চুক্তি
iii)
Contingent contract
/ ঘটনা সাপেক্ষে চুক্তি
iv)
Quasi contract
/ সদৃশ চুক্তি
e)
In an agreement to sell, the property in goods is transferred
বিক্ৰী বন্দবস্তুত পণ্যৰ স্বত্ব হস্তান্তৰ হয়
i)
At present / বৰ্তমানত
ii)
In future / ভৱিষ্যতত
iii)
Both, at present and in future / বৰ্তমানত আৰু ভৱিষ্যতত, দুয়োটাই
iv)
None of the above
/ ওপৰৰ এটাও নহয়
f)
The provisions regarding maximum number of members in a
partnership are given in
অংশীদাৰী ব্যৱসায়ত সৰ্বাধিক সভ্য সংখ্যা সন্দৰ্ভত বিধিবিধান থকা আইনখন হ’ল
i)
The Contract Act
/ চুক্তি আইন
ii)
The Companies Act
/ কোম্পানী আইন
iii)
The Partnership Act
/ অংশীদাৰী আইন
iv)
The Societies Registration Act / সমিতিৰ পঞ্জীকৰণ আইন
g)
Reconstitution of partnership firm requires
অংশীদাৰী প্ৰতিষ্ঠানৰ পুণৰ্গঠ্নৰ প্ৰয়োজন হয়
i)
In case of admission of partners / অংশীদাৰৰ নামভৰ্ত্তিৰ ক্ষেত্ৰত
ii)
In case of expulsion of partners / অংশীদাৰৰ বহিস্কৰণৰ ক্ষেত্ৰত
iii)
In case of retirement of partners / অংশীদাৰৰ অৱসৰৰ ক্ষেত্ৰত
iv)
All of the above
/ ওপৰৰ সকলোবোৰ
h)
Who appoints the Central Information Commission?
কেন্দ্ৰীয় তথ্য আয়ুক্তক কোনে নিযুক্তি দিয়ে?
i)
The President of India
/ ভাৰতৰ ৰাষ্ট্ৰপতি
ii)
The Prime Minister of India
/ ভাৰতৰ প্ৰধানমন্ত্ৰী
iii)
The Chief Justice of Supreme Court / উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
iv)
None of the above
/ ওপৰৰ এটাও নহয়
i)
The Right to Information Act, 2005 came into force on
২০০৫ চনৰ তথ্যৰ অধিকাৰ আইনখ্ন বলৱৎ হৈছিল
i)
12th July, 2005
/ ১২ জুলাই, ২০০৫
ii)
12th August, 2005
/ ১২ আগষ্ট, ২০০৫
iii)
12th September, 2005
/ ১২ ছেপ্তেম্বৰ, ২০০৫
iv)
12th October, 2005
/ ১২ অক্টোবৰ, ২০০৫
j)
All agreements are contracts.
সকলোবোৰ বন্দৱস্তই চুক্তি।
i)
Correct / শুদ্ধ
ii)
Incorrect / অশুদ্ধ
k)
An agent cannot work for more than one principal.
এজনতকৈ অধিক মুখ্য ব্যক্তিৰ বাবে এজন প্ৰতিনিধিয়ে কাম কৰিব নোৱাৰে।
i)
Correct / শুদ্ধ
ii)
Incorrect / অশুদ্ধ
l)
A minor can appoint an agent.
এজন নাবালকে প্ৰতিনিধি নিয়োগ কৰিব পাৰে।
i)
Correct / শুদ্ধ
ii)
Incorrect / অশুদ্ধ
m) Sale is not an executed
contract.
বিক্ৰী এটা সম্পাদিত চুক্তি নহয়।
i)
Correct / শুদ্ধ
ii)
Incorrect / অশুদ্ধ
n)
In case of defective delivery, the buyer can reject the goods.
ত্ৰুটিপূৰ্ণ সমপৰ্ণৰ ক্ষেত্ৰত, ক্ৰেতাই পণ্য প্ৰত্যাখ্যান কৰিব পাৰে।
i)
Correct / শুদ্ধ
ii)
Incorrect / অশুদ্ধ
o)
Registration of limited liability partnership shall be with the
Registrar of Companies.
কোম্পানীসমূহৰ পঞ্জীয়কৰ ওচৰত সীমিত দায়িত্বৰ অংশীদাৰী প্ৰতিষ্ঠানৰ পঞ্জীয়ন কৰিব লাগিব।
i)
Correct / শুদ্ধ
ii)
Incorrect / অশুদ্ধ
p)
A bill of exchange can be crossed.
বিনিময় বিল ৰেখাংকন কৰিব পাৰি।
i)
Correct / শুদ্ধ
ii)
Incorrect / অশুদ্ধ
q)
A cheque needs acceptance.
চেকত স্বীকৃতিৰ প্ৰয়োজন।
i)
Correct / শুদ্ধ
ii)
Incorrect / অশুদ্ধ
r)
Partial endorsement is valid.
আংশিক পৃষ্ঠাংকন বৈধ পৃষ্ঠাংকন।
i)
Correct / শুদ্ধ
ii)
Incorrect / অশুদ্ধ
2)
Answer any five of the following questions in brief:
2*5=10
নিম্নোক্ত প্ৰশ্নসমূহৰ যিকোনো পাঁচটাৰ উত্তৰ লিখা:
a)
What is an offer?
প্ৰস্তাব কাক বোলে?
b)
Write two differences between Agreement and Contract.
বন্দৱস্ত আৰু চুক্তিৰ মাজত দুটা পাৰ্থক্য লিখা।
c)
Write two elements of a contract of indemnity.
ক্ষতিপূৰণ চুক্তিৰ দুটা উপাদান লিখা।
d)
Write two liabilities of surety.
জামিনদাৰৰ দুটা দায়িত্ব লিখা।
e)
What is contract of sale?
বিক্ৰী চুক্তি কাক বোলে?
f)
Write two differences between Sale and Bailment.
বিক্ৰী চুক্তি আৰু প্ৰত্যাৰ্পণ চুক্তিৰ মাজত দুটা পাৰ্থক্য লিখা।
g)
Write two differences between Partnership and Company.
অংশীদাৰী প্ৰতিষ্ঠান আৰু কোম্পানীৰ মাজত দুটা পাৰ্থক্য লিখা।
h)
Who are the parties to a promissory note?
প্ৰতিশ্ৰুতি পত্ৰৰ পক্ষসমূহ কোন কোন ?
i)
Write two differences between Limited Liability Partnership and
Company.
সীমিত দায়িঅংশীদাৰী প্ৰতিষ্ঠান আৰু কোম্পানীৰ মাজত দুটা পাৰ্থক্য লিখা।
j)
Write two essential features of negotiable instruments.
হস্তান্তৰযোগ্য দলিলৰ দুটা অত্যাৱশ্যকীয় বৈশিষ্ট্য লিখা।
3)
Answer any four of the following question:
5*4=20
নিম্নোক্ত প্ৰশ্নসমূহৰ যিকোনো চাৰিটাৰ উত্তৰ দিয়া :
a)
Briefly state the essential elements of a valid contract.
বৈধ চুক্তিৰ অত্যাৱশ্যকীয় উপাদানসমূহ চমুকৈ বৰ্ণনা কৰা।
b)
Explain the duties of bailee.
গছনীয়াৰ কৰ্ত্তব্যসমূহ ব্যাখ্যা কৰা।
c)
Briefly discuss with examples the rules relating to contingent
contract.
ঘটনাসাপেক্ষে চুক্তিৰ সন্দৰ্ভত থকা নিয়মাৱলী উদাহৰণসহ চমুকৈ আলোচনা কৰা।
d)
Distinguish between sale and agreement to sell.
বিক্ৰী আৰু বিক্ৰী বন্দৱস্তৰ মাজত পাৰ্থক্য দেখুওৱা।
e)
State the features of limited liability partnership.
সীমিত দায়িত্বৰ অংশীদাৰী প্ৰতিষ্ঠানৰ বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা।
f)
State the essential elements of partnership.
অংশীদাৰী প্ৰতিষ্ঠানৰ অত্যাৱশ্যকীয় উপাদানসূহ বৰ্ণনা কৰা।
g)
Distinguish between promissory note and cheque.
প্ৰতিশ্ৰুতি পত্ৰ আৰু চেকৰ মাজত পাৰ্থক্য লিখা।
h)
Briefly explain the different kinds of endorsements.
বিভিন্ন প্ৰকাৰৰ পৃষ্ঠাংকনৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা।
4)
Answer any four of the following questions in 600 words each:
প্ৰতিটো ৬০০টা শব্দৰ ভিতৰত নিম্নোক্ত প্ৰশ্নসমূহৰ যিকোনো চাৰিটাৰ উত্তৰ লিখা :
a)
What is contract? State the various types of contracts.
2+8=10
চুক্তি কাক বোলে ? বিভিন্ন প্ৰকাৰৰ চুক্তিসমূহ বৰ্ণনা কৰা
b)
What is void agreement? Discuss the different types of void
agreements under the Indian Contract Act, 1872.
2+8=10
বাতিল বন্দৱস্ত কাক বোলে ? ভাৰতীয় চুক্তি আইন, ১৮৭২ৰ অধীনত বিভিন্ন প্ৰকাৰৰ বাতিল বন্দৱস্তসমূহ আলোচনা কৰা।
c)
Discuss the rights and duties of an agent.
6+4=10
এজন প্ৰতিনিধিৰ অধিকাৰ আৰু কৰ্ত্তব্যসমূহ আলোচনা কৰা।
d)
Discuss the rights of surety.
10
জামিনদাৰৰ অধিকাৰসমূহ আলোচনা কৰা।
e)
Who is an unpaid seller? Discuss the rights of an unpaid seller.
2+8=10
অপৰিশোধিত বিক্ৰেতা কোন? অপৰিশোধিত বিক্ৰেতাৰ অধিকাৰসমূহ আলোচনা কৰা।
f)
State the essential elements of a contract of sale. Briefly
discuss the rules regarding delivery of goods. 4+6=10
বিক্ৰী চুক্তিৰ অত্যাৱশ্যকীয় উপাদানসমূহ বৰ্ণনা কৰা। পণ্যৰ সমৰ্পণ সম্পৰ্কীয় বিধিসমূহ চমুকৈ আলোচনা কৰা।
g)
Explain the procedures of registration of partnership firms. Also
state the benefits of registration of partnership firms.
6+4=10
অংশীদাৰী প্ৰতিষ্ঠানৰ পঞ্জীয়নৰ কাৰ্যপ্ৰণালীসমূহ ব্যাখ্যা কৰা। লগতে অংশীদাৰী প্ৰতিষ্ঠান পঞ্জীয়নৰ লাভসমূহ বৰ্ণনা কৰা।
h)
Discuss the advantages of limited liability partnership?
Distinguish between limited liability partnership and partnership.
5+5=10
সীমিত দায়িত্বৰ অংশীদাৰী প্ৰতিষ্ঠানৰ সুবিধাসমূহ আলোচনা কৰা? সীমিত দায়িত্বৰ অংশীদাৰী প্ৰতিষ্ঠান আৰু অংশীদাৰী প্ৰতিষ্ঠানৰ মাজত পাৰ্থক্য লিখা।
i)
What is the crossing of a cheque? Explain with examples the
various types of crossing of a cheque. 2+8=10
চেকৰ ৰেখাংকন কাক বোলে? উদাহৰণসহ বিভিন্ন প্ৰকাৰৰ চেকৰ ৰেখাংকন ব্যাখ্যা কৰা।
j)
State the obligations of public authorities under the Right to
Information Act, 2005. 10
২০০৫ চনৰ তথ্যৰ অধিকাৰ আইন অনুসৰি ৰাজহুৱা কৰ্ত্তৃপক্ষৰ দায়িত্বসমূহ বৰ্ণনা কৰা।