Tulanamulak Bharatiya Sahitya (তুলনামূলক ভাৰতীয় সাহিত্য) Question Paper 2021 | ASM-HC-4016 | Gauhati University Assamesse 4th Semester

Narayan Basumatary
0
This article is dedicated to all the Arts stream students who study B.A (Assamese) in Gauhati University. Gauhati University Assamese Paper Code: ASM-HC-4016, Tulanamulak Bharatiya Sahitya 4th Sem 2021 Question Paper.

Gauhati University BA Assamese Tulanamulak Bharatiya Sahitya Paper Details

Paper ASM-HC-4016
University Gauhati University
Session Jan -  Jun
Question Type Previous Year
Exam Name Semester Exam
Mode of Exam Offline
Time 3 hours
Full Marks 80

BA Assamese Tulanamulak Bharatiya Sahitya Question Paper 2021

3 (Sem-4/CBCS) ASM HC 1
2021
ASSAMESE
Paper: ASM-HC-4016
(Honours Course)
Full Marks: 80
Time: 3 hours
The figures in the margin indicate full marks for the questions

১। অতি চমুকৈ উত্তৰ লিখা:    ১x৬=৬

(ক) কিমান চনত কলিকতা বিশ্ববিদ্যালয়ত আধুনিক ভাৰতীয় ভাষা (MIL) বিভাগ প্রতিষ্ঠা কৰা হৈছিল?

(খ) শৰৎচন্দ্র চট্টোপাধ্যায়ে বচনা কৰা এখন উপন্যাসৰ নাম লিখা।

(গ) 'জিন্দেগী অউৰ গুলাব কে ফুল' নামৰ গল্পসংকলনখনৰ ৰচক কোন?

(ঘ) বেছগাহাল্লি ৰামাই কি ভাষাত সাহিত্য ৰচনা কৰিছিল?

ASM-HC-4016 (2021)

236 KB

(ঙ) প্রেমচন্দৰ 'নির্মলা' উপন্যাসখনৰ প্রথম প্রকাশ কেতিয়া হৈছিল?

(চ) 'পথেৰ পাঁচালী' উপন্যাসখনত কেইটা অধ্যায় আছে?

২। চমুকৈ উত্তৰ লিখা:    ২×৫=১০

(ক) তুলনামূলক সাহিত্যৰ ধাৰণা প্রথমে ক'ত, কেতিয়া গড় লৈ উঠিছিল?

(খ) কাঙালীৰ দেউতাকক জমিদাৰব দাৰোৱানে কিয় প্ৰহাৰ কৰিছিল?

(গ) গজাধৰ বাবুৱে কি বিভাগত, কিমান বছৰ কাম কৰিছিল?
Tulanamulak Bharatiya Sahitya Question Paper 2021 | ASM-HC-4016
(ঘ) নির্মলাৰ পিতৃৰ নাম কি? তেওঁ নির্মলাক কাৰ লগত বিয়া দিবলৈ ঠিক কৰিছিল?

(ঙ) অপুৰ ঘৰ কোন গাঁৱৰ, কোন দিশত অৱস্থিত?

৩। যি কোনো চাৰিটা প্রশ্নৰ উত্তৰ লিখা:    ৬×৪=২৪

(ক) তুলনামূলক সাহিত্যত অনুবাদৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা।

(খ) "তোৰ হাতেৰ আগুন যদি পাই বাবা, বামুণ মাৰ মত আমিও সগ্যে যেতে পাবো।" কথাষাৰ কোনে, কাক কৈছিল? তেওঁৰ শেষ আশা পূৰণ হ'ল নে নাই 'অভাগীৰ স্বর্গ' গল্পটোৰ আধাৰত বিচাৰ কৰা।

(গ) 'ৱাপচি' গল্পটোত গজাধৰৰ জীৱনৰ কাকণ্য কিদৰে প্রকাশিত হৈছে, তোমাৰ ভাষাৰে লিখা।

(ঘ) তোতাৰামৰ প্রথম পক্ষৰ ডাঙৰ ল'ৰাজনৰ নাম কি? তেওঁৰ কিদৰে মৃত্যু হৈছিল, লিখা।

(ঙ) 'পথেৰ পাঁচালী' উপন্যাসৰ নামকৰণৰ তাৎপর্য বিশ্লেষণ কৰা।

(চ) বেছগাহাল্লি ৰামাৰ সাহিত্যকৃতি সম্পর্ক আলোচনা কৰা।

৪। যি কোনো চাৰিটা প্রশ্নৰ উত্তৰ লিখা:    ১০×৪=৪০

(ক) তুলনামূলক সাহিত্য অধ্যয়নৰ পদ্ধতিসমূহ উল্লেখ কৰি যি কোনো দুটা পদ্ধতিৰ বিষয়ে আলোচনা কৰা।

(খ) 'ৱাপচি' গল্পটোত আধুনিক জীৱনৰ পৰিৱর্তিত মূল্যবোধে সৃষ্টি কৰা মানসিক সংঘাত কিদৰে চিত্রিত হৈছে, বিচাৰ কৰা।

(গ) তথাকথিত নিম্নবর্গৰ মানুহৰ জীৱনৰ দুখ-যন্ত্রণা 'অভাগীৰ স্বর্গ' গল্পটোত কিদৰে অংকিত হৈছে, আলোচনা কৰা।

(ঘ) বেছগাহাল্লি ৰামাৰ গান্ধী গল্পটোৰ সামাজিক তাৎপর্য বিচাৰ কৰা।

(ঙ) অপুৰ দৃষ্টিত নিশ্চিন্দিপুৰৰ প্রকৃতি জগতখন কিদৰে উদ্ভাসিত হৈছে, আলোচনা কৰা।

(চ) "প্রেমচন্দৰ 'নির্মলা' উপন্যাসখনত সমকালীন সময়ৰ বিবিধ সামাজিক সমস্যাৰ প্রকাশ ঘাটছে।" কথাষাৰৰ সার্থকতা বিচাৰ কৰা।
***

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!