Gauhati University Investing in Stock Market Question Paper 2022 | 1st Sem [CBCS Pattern]

Narayan Basumatary
0

Gauhati University Investing in Stock Market Question Paper 2022 1st Sem [CBCS Pattern]

4 (Sem- 1/ CBCS) ISM

2022

COMMERCE

INVESTING IN STOCK MARKET

(Honours Core)

Paper : COM-HG-1026

Full Marks : 80

Time : Three hours

The figures in the margin indicate full marks for the questions.

Answer either in English or in Assamese.

( ইংৰাজী অথবা অসমীয়াত উত্তৰ লিখিবা। )

Gauhati University Investing in Stock Market Question Paper 2022

1.      Answer any ten of the following questions as directed:               1*10=10

তলত দিয়া প্ৰশ্নবোৰৰ যিকোনো দহটাৰ উত্তৰ লিখা:

a)      Which of the following is the most suitable option for an investor with a low-risk appetite?

নিম্ন বিপদশংকা ইচ্ছা কৰা বিনিয়োগকাৰী সকলৰ বাবে তলৰ কোনটো বিকল্প অধিক উপযুক্ত?

(i)     Bond / বণ্ড

(ii)  Equity / সমাংশ (ইকুইটি)

(iii) Fixed deposit / স্থায়ী জমা

(iv) Derivative / উদ্ভুত নথি

  (Choose the correct alternative)

       (শুদ্ধ বিকল্পটো ৱাচি উলিওৱা)

b)      NSE was incorporated in the year?

NSE কোন চনত নিগমবদ্ধ হৈছিল?

(i)     1992 / ১৯৯২ চনত

(ii)  1994 / ১৯৯৪ চনত

(iii) 1995 / ১৯৯৫ চনত

(iv) 1996 / ১৯৯৬ চনত

  (Choose the correct alternative)

       (শুদ্ধ বিকল্পটো ৱাচি উলিওৱা)

c)      “The basic objective of an investor is to minimize the risk and maximize the return on investment.”

সৰ্বনিম্ন বিপদাশংকা ও সৰ্ব্বোচ্চ লাভ অৰ্জন কৰাটোৱেই হল বিনিয়োগকাৰীৰ মূল লক্ষ্য।

(Writer whether the statement is true or false)

                        (এই উক্তিটো সঁচা নে মিচা লিখা)

d)      Investments in securities issued by the government have no risk.

চৰকাৰে বিলি কৰা প্ৰতিভূতি পত্ৰত কৰা বিনিয়োগত বিপদশংকা নাথাকে

(Writer whether the statement is true or false)

                        (এই উক্তিটো সঁচা নে মিচা লিখা)

e)      Write the full form of CRISIL.

CRISIL-ৰ পূৰ্ণ ৰূপটো লিখা

f)       Badla trading was banned by SEBI with the introduction of?

SEBI-এ তলৰ কোনটোৰ পাতনিৰ সৈতে বদলা ব্যৱসায় নিষিদ্ধ কৰে?

(i)     Futures trading / ভৱিষ্যৎ ব্যৱসায়

(ii)  Stock trading / ষ্টক ব্যৱসায়

(iii) Cash trading / নগদ ব্যৱসায়

(iv) Goods trading / দ্ৰৱ ব্যৱসায়

  (Choose the correct alternative)

       (শুদ্ধ বিকল্পটো ৱাচি উলিওৱা)

g)      In India, mutual fund scheme was first started in:

ভাৰতত প্ৰথম উমৈহতীয়া পুঁজি আচঁনি আৰম্ভ হৈছিল:

(i)     1964 / ১৯৬৪ চনত

(ii)  1987 / ১৯৮৭ চনত

(iii) 1992 / ১৯৯২ চনত

(iv) None of the above / ওপৰৰ এটাও নহয়

  (Choose the correct alternative)

       (শুদ্ধ বিকল্পটো ৱাচি উলিওৱা)

h)      Who is the regulatory authority of the Indian Stock Market?

ভাৰতীয় অংশ বজাৰৰ নিয়ন্ত্ৰকাৰী অধিকাৰী কোন?

i)       In the case of iceberg orders, the total number of orders placed in the trading system is not disclosed.

আইচবাৰ্গ ফৰমাৰে ক্ষেত্ৰত, ব্যৱসায়ীৰ পদ্ধতিত কৰা মুঠ ফৰমাচৰ সংখ্যা প্ৰকাশ কৰা নহয়

(Writer whether the statement is true or false)

                        (এই উক্তিটো সঁচা নে মিচা লিখা)

j)       Valuation of risks means quantification or measurement of risk in monetary terms.

বিপদাশংকাৰ মূল্যায়ন বুলিলে বিপদাশংকাৰ মৌদ্ৰিক নিৰূপণ কৰাকেই বুজায়

(Writer whether the statement is true or false)

                        (এই উক্তিটো সঁচা নে মিচা লিখা)

k)      Internet-based trading services to investors started in India from:

ভাৰতবৰ্ষত ইন্টাৰনেট ভিত্তিক ব্যৱসায়িক সেৱা আৰম্ভ হয়:

(i)     27th January, 2000 / ২৭ জানুৱাৰী, ২০০২

(ii)  16th August, 2001 / ১৬ আগষ্ট, ২০০১

(iii) 5th April, 2002 / ৫ এপ্ৰিল, ২০০২

(iv) 3rd November, 1994 / ৩ নৱেম্বৰ, ১৯৯৪

  (Choose the correct alternative)

       (শুদ্ধ বিকল্পটো ৱাচি উলিওৱা)

l)       Liquidity ratios are expressed in:

তাৰল্য অনুপাত প্ৰকাশ কৰা হয়:

(i)     Pure ratio form / প্ৰকৃত অনুপাতৰ ৰূপত

(ii)  Percentages / শতাংশত

(iii) Rate of time / সময়ৰ হাৰ

(iv) None of the above / ওপৰৰ এটাও নহয়

  (Choose the correct alternative)

       (শুদ্ধ বিকল্পটো ৱাচি উলিওৱা)

m)   Who are the participants in the derivative market?

উদ্ভুট নথি বজাৰত অংশগ্ৰহণকাৰী কোন?

n)      Hedge means to minimize loss or risk.

হেডজৰ অৰ্থ হৈছে বিপদাশংকাৰ নুন্যতমকৰণ

(Writer whether the statement is true or false)

                        (এই উক্তিটো সঁচা নে মিচা লিখা)

o)      NAV indicates the cost value of the units in a fund.

NAV-এ পুঁজি এটাৰ গোটৰ ক্ৰয়মূল্যক সুচায়

(Writer whether the statement is true or false)

                        (এই উক্তিটো সঁচা নে মিচা লিখা)

p)      Which of the following is true about the primary market?

প্ৰাথমিক বজাৰ সম্পৰ্কে তলৰ কোনটো বিবৃতি শুদ্ধ?

(i)     Primary market is the place where the public can buy and sell securities from one another.

প্ৰাথমিক বজাৰ হৈছে এনে এটি স্থান যত জনসাধাৰণে এজনে আনজনৰ পৰা প্ৰতিভূতি ক্ৰয় আৰু বিক্ৰয় কৰিব পাৰে

(ii)  Primary markets refer to the mobilization of funds from the public by corporates through the issue of shares / debentures.

প্ৰাথমিক বজাৰে নিগমৰ দ্বাৰা জনসাধাৰণৰ পৰা অংশপত্ৰ / ঋণপত্ৰ বিলিৰ জৰিয়তে পুঁজি সংগ্ৰহ কৰাকেই বুজায়

(iii) Primary markets are place where only short-term instruments are traded.

প্ৰাথমিক বজাৰ হৈছে এনে স্থান যত কেৱল হ্ৰস্বকালীন পত্ৰৰ / দলিলৰ ব্যৱসায় কৰা হয়

(iv) Primary markets are markets where commodities are sold.

প্ৰাথমিক বজাৰ হৈছে এনে বজাৰ যত দ্ৰব্যসামগ্ৰী বিক্ৰী কৰা হয়

  (Choose the correct alternative)

       (শুদ্ধ বিকল্পটো ৱাচি উলিওৱা)

q)      There are daily settlements of stock option contracts.

ষ্টক অপচন চুক্তিৰ নিষ্পত্তি প্ৰতিদিনে কৰা হয়

(Writer whether the statement is true or false)

                        (এই উক্তিটো সঁচা নে মিচা লিখা)

r)       Commodity derivatives are used only for hedging.

দ্ৰব্য উদ্ভুট নথি কেৱল হেজিংৰ বাবে ব্যৱহাৰ হয়

(Writer whether the statement is true or false)

                        (এই উক্তিটো সঁচা নে মিচা লিখা)

2.      Answer any five of the following questions in about 50 words each:    2*5=10

তলৰ যিকোনো পাঁচটা প্ৰশ্নৰ প্ৰত্যেকৰে প্ৰায় ৫০টা মান শব্দৰ ভিতৰত উত্তৰ কৰা:

a)      Mention two advantages of investment in bonds.

বণ্ডত বিনিয়োগৰ দুটা সুবিধা উল্লেখ কৰা

b)      What is meant by ‘Corporate Annual Report’?

কৰ্পৰেট এনুৱেল ৰিপোৰ্টবুলিলে কি বুজা?

c)      Give the significance of NAV in mutual fund schemes?

উমৈহতীয়া পুঁজি আঁচনিত NAV-ৰ গুৰুত্ব লিখা

d)      Explain the meaning of options in the derivative market.

উদ্ভুট নথি বজাৰত অপচনৰ অৰ্থ ব্যাখ্যা কৰা

e)      Mention two features of investment.

বিনিয়োগৰ দুটা বৈশিষ্ট্য লিখা

f)       What is meant by ‘stock market order’?

ষ্টক মাৰ্কেট অৰ্ডাৰবুলিলে কি বুজা?

g)      Give the meaning of the term ‘derivative’.

উদ্ভুট নথিৰ সংজ্ঞা দিয়া

h)      Write two functions of the stock exchange.

বিনিময় কেন্দ্ৰৰ দুটা কাৰ্যাৱলী লিখা

i)       Define Mutual Fund.

উমৈহতীয়া পুঁজিৰ সংজ্ঞা দিয়া

j)       Give the meaning of price band.

প্ৰাইচ বেণ্ডৰ অৰ্থ দিয়া

3.      Answer any four of the following questions in about 150 words each:     5*4=20

তলৰ যিকোনো চাৰিটা প্ৰশ্নৰ প্ৰত্যেকৰে প্ৰায় ১৫০টা মান শব্দৰ ভিতৰত উত্তৰ কৰা:

a)      Give the meaning of bond and explain its characteristics.

বণ্ডৰ অৰ্থ বুজাই লিখা আৰু ইয়াৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা

b)      Write an explanatory note on IPO and FPO.

আই.পি.ও আৰু এফ.পি.ও ৰ ওপৰত এটা বিশ্লেষণাত্মক টোকা লিখা

c)      Mention the benefit of credit rating.

ক্ৰেডিট ৰেটিংৰ সুবিধাসমূহ উল্লেখ কৰা

d)      What is company analysis? Who is the user of company analysis? Discuss in brief.

কোম্পানী বিশ্লেষণ কি? কোম্পানী বিশ্লেষণৰ ব্যৱহাৰকাৰী কোন? সংক্ষেপে বৰ্ণনা কৰা। 

e)      Explain different types of financial future.

বিভিন্ন প্ৰকাৰৰ বিত্তীয় ভৱিষ্যৎ ব্যাখ্যা কৰা

f)       Distinguish between commodity derivatives and financial derivatives.

বস্ত্তগত উদ্ভুট নথি আৰু বিত্তীয় উদ্ভুট নথিৰ মাজত পাৰ্থক্য লিখা

g)      Explain different types of SIP.

বিভিন্ন প্ৰকাৰৰ SIP ব্যাখ্যা কৰা

h)      What is the significance of moving average?

মোভিং এভাৰেজৰ গুৰুত্ব কি লিখা

4.      Answer any four of the following questions in about 600 words each:     10*4=40

তলৰ যিকোনো চাৰিটা প্ৰশ্নৰ প্ৰত্যেকৰে প্ৰায় ৬০০টা মান শব্দৰ ভিতৰত উত্তৰ লিখা:

a)      Explain the procedure of buying and selling of securities in the stock market.    10

অংশ বজাৰত প্ৰতিভূতি ক্ৰয়-বিক্ৰয়ৰ পদ্ধতিটো বৰ্ণনা কৰা

b)      Explain the advantages and disadvantages of mutual funds.             5+5=10

উমৈহতীয়া পুঁজিৰ সুবিধা আৰু অসুবিধাসমূহ বৰ্ণনা কৰা

c)      Discuss the evolution of the derivative market in India.            10

ভাৰতবৰ্ষত উদ্ভুট নথিৰ ক্ৰমবিকাশ আলোচনা কৰা

d)      What is an order? Explain different types of orders used in stock market for buying and selling of stock with examples.                 2+8=10

ফৰমাচ কি? অংশ বজাৰত অংশ কিনা-বেচাৰ ক্ষেত্ৰত ব্যৱহৃত বিভিন্ন প্ৰকাৰৰ ফৰমাচ উদাহৰণসহ ব্যাখ্যা কৰা

e)      Mention various sources from which an investor can collect financial information about a company.                 10

বিনিয়োগকাৰী এজনে কোম্পানী এটাৰ সম্পৰ্কে বিত্তীয় তথ্য সংগ্ৰহ কৰিব পৰা বিভিন্ন উৎসসমূহ উল্লেখ কৰা

f)       What is meant by risk? Explain the methods for valuation of risk with examples.         2+8=10

বিপদআশংকা বুলিলে কি বুজা? বিপদআশংকা মূল্যায়ন পদ্ধতিসমূহ উদাহৰণসহ উল্লেখ কৰা

g)      Mention the common steps to be followed for investment in mutual funds ‘online’.            10

অনলাইনউমৈহতীয়া পুঁজিত বিনিয়োগৰ বাবে অনুসৰণ কৰা সাধাৰণ পদক্ষেপসমূহ উল্লেখ কৰা

h)      Different between future and option contracts. Also state their comparative advantages.     5+5=10

বাচিলোৱা অধিকাৰ চুক্তি আৰু ভৱিষ্যৎ চুক্তিৰ মাজত থকা প্ৰভেদটো দেখুওৱা। ইহঁতৰ মাজত থকা তুলনামূলক সুবিধাবোৰ ব্যাখ্যা কৰা

i)       Who are the market participants in the commodity futures exchange environment and what goals do they pursue?      10

দ্ৰৱ্যৰ ভৱিষ্যৎ বিনিময় পৰিবেশত বজাৰ অংশগ্ৰহণকাৰী কোন আৰু তেঁওলোকে কি লক্ষ্য অনুসৰণ কৰে

j)       Elaborate the types of mutual funds based on structure.     10

গাঁথনি অনুসৰি বিভিন্ন প্ৰকাৰৰ উমৈহতীয়া পুঁজিসমূহ বিস্তাৰিতভাৱে আলোচনা কৰা

    Must Read:

    Post a Comment

    0 Comments

    Post a Comment (0)

    #buttons=(Ok, Go it!) #days=(20)

    Our website uses cookies to enhance your experience. Check Now
    Ok, Go it!