Gauhati University Investing in Stock Market Question Paper 2020 1st Sem [CBCS Pattern]
4 (Sem- 1/ CBCS) ISM
2020
(Held in 2021)
COMMERCE
INVESTING IN STOCK MARKET
(Honours Core)
Paper : COM-HG-1026
Full Marks : 80
Time : Three hours
The figures in the margin indicate full marks for the questions.
Answer either in English or in Assamese.
1)
Answer the following as directed: 1*10=10
নিৰ্দেশানুযায়ী তলত দিয়াসমূহৰ উত্তৰ কৰা:
a) F.P.O. stands for
এফ.পি.ও. হ’ল
i) Follow on Premium Offer / ফলো অন প্ৰিমিয়াম অফাৰ
ii) First Premium Offer / প্ৰথম প্ৰিমিয়াম অফাৰ
iii) First Public Offer / প্ৰথম পাবলিক অফাৰ
iv) Follow on Public Offer / ফলো অন পাবলিক অফাৰ
(Choose the correct alternative)
(শুদ্ধ বিকল্পটো ৱাচি উলিওৱা)
b) Which of the following exchanges provide the facility of commodity future trades?
নিম্নোক্ত কোনটো বিনিময় কেন্দ্ৰ বস্তগত ভৱিষ্যৎ ব্যবসায় সা-সুবিধা যোগান ধৰে?
i) MCX / এম.চি.এক্স.
ii) NSE / এন.এচ.ই.
iii) BSE / বি.এচ.ই.
iv) All of the above / ওপৰত উল্লেখিত আটাইবোৰ
(Choose the correct alternative)
(শুদ্ধ বিকল্পটো ৱাচি উলিওৱা)
c) State whether the following statement are ‘true’ or ‘false’.
তলৰ বাক্য ফাঁকি শুদ্ধ নে অশুদ্ধ লিখা।
Share prices on Stock Exchanges are determined by SEBI.
ষ্টক-বিনিময়কেন্দ্ৰৰ অংশ মূল্য SEBI-ৰ দ্ধাৰা নিৰ্ধাৰিত।
d) State whether the following statement are ‘true’ or ‘false’.
তলৰ বাক্য ফাঁকি শুদ্ধ নে অশুদ্ধ লিখা।
Investment in equity is safer than bank fixed deposits.
সমাংশপত্ৰ (ইকুইটী) বিনিয়োগ বেংকৰ ম্যাদী জমাতকৈ বেছি নিৰাপদ।
e) Liquidity ratio of a company basically consists of
কোম্পানীৰ তাৰল্য অনুপাত গঠিত হয়
i) Current ratio / চলিত অনুপাতৰ দ্বাৰা
ii) Acid test ratio / অগ্নী পৰীক্ষাৰ দ্বাৰা
iii) Both (i) and (ii) / (i)আৰু (ii) উভয়ৰ দ্বাৰা
iv) None of the above / ওপৰৰ এটাও নহয়
(Choose the correct alternative)
(শুদ্ধ বিকল্পটো ৱাচি উলিওৱা)
f) On which date SEBI introduced (New regulation) compulsory trading of shares of all the companies listed in the stock exchange in ‘DEMAT’ form?
‘SEBI’-ৰ দ্বাৰা কোনটো তাৰিখত ভাৰতীয় প্ৰতিভূতি বিনিময় বোৰ্ডৰ (নিউ ৰেগুলেচন) অংশৰ লেনদন ‘ডিমেট’ ফৰ্মত ভাৰতৰ প্ৰতিভূতি বিনিময় কেন্দ্ৰ বা প্ৰতিভূতি বজাৰত বাধ্যতামূলক কৰা হয়?
i) 1st January, 2016
ii) 1st April, 2017
iii) 1st January, 2018
iv) 1st April, 2019
(Choose the correct alternative)
(শুদ্ধ বিকল্পটো ৱাচি উলিওৱা)
g) Securities and Exchange Board of India (SEBI) was constituted in the year_______.
ভাৰতীয় প্ৰতিভূতি বিনিময় বোৰ্ড _______চনত গঠন হৈছিল।
i) 1998 / ১৯৯৮ চনত
ii) 2002 / ২০০২ চনত
iii) 1992 / ১৯৯২ চনত
iv) 2000 / ২০০০ চনত
(Choose the correct alternative)
(শুদ্ধ বিকল্পটো ৱাচি উলিওৱা)
h) State whether the following statement are ‘true’ or ‘false’:
তলৰ বাক্য ফাঁকি শুদ্ধ নে অশুদ্ধ লিখা:
Commodity derivatives are used only for hedging.
বস্ত্তগত উদ্ভুট নথি মাত্ৰ হে’ডজিংৰ বাবে ব্যৱহাৰ হয়।
i) Which one of the following is the first public sector mutual fund in India.
নিম্নোক্ত কোনটো ভাৰতৰ প্ৰথম ৰাজহুৱা খণ্ডৰ উমৈহতীয়া পুঁজি?
i) SBI Mutual Fund / SBI উমৈহতীয়া পুঁজি
ii) CanBank Mutual Fund / CanBank উমৈহতীয়া পুঁজি
iii) UTI Mutual Fund / UTI উমৈহতীয়া পুঁজি
iv) HDFC Mutual Fund / HDFC উমৈহতীয়া পুঁজি
(Choose the correct alternative)
(শুদ্ধ বিকল্পটো ৱাচি উলিওৱা)
j) NSE was set up in the year
NSE কোন চনত গঠন হৈছিল?
i) 1992 / ১৯৯২ চনত
ii) 1993 / ১৯৯৩ চনত
iii) 1994 / ১৯৯৪ চনত
iv) 1995 / ১৯৯৫ চনত
(Choose the correct alternative)
(শুদ্ধ বিকল্পটো ৱাচি উলিওৱা)
2) Answer the following question in about 50 words each: 2*5=10
তলৰ প্ৰতিটো প্ৰশ্নৰ প্ৰত্যেকৰে প্ৰায় ৫০ টা মান শব্দৰ ভিতৰত উত্তৰ কৰা:
a) Mention two characteristics of investment.
বিনিয়োগৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।
b) What is Earning Per Share (EPS)?
Earning Per Share (EPS) বুলিলে কি বুজা?
c) What is meant by a Money Market Mutual Fund?
মুদ্ৰা বজাৰ উমৈহতীয়া পুঁজি বুলিলে কি বুজা?
d) Give the definition of derivative according to Securities Contract (Regulation) Act (SCRA) 1956.
SCRA -1956ৰ মতে উদ্ভুট নথিৰ সংজ্ঞা দিয়া
e) What do you mean by company analysis?
কোম্পানীৰ বিশ্লেষণ বুলিলে কি বুজা?
3) Answer any four questions of the following in about 150 words each: 5*4=20
তলৰ যিকোনো চাৰিটা প্ৰশ্নৰ প্ৰত্যেকৰে প্ৰায় ১৫০ টা মান শব্দৰ ভিতৰত উত্তৰ কৰা:
a) Discuss the functions of Stock Exchange.
ষ্টক বিনিময় কেন্দ্ৰৰ কাৰ্যাৱলী আলোচনা কৰা।
b) Explain different types of financial futures.
বিভিন্ন প্ৰকাৰৰ বিত্তীয় ভবিষ্যৎ বহলাই লিখা।
c) Write any five features of equity share.
ইকুইটি অংশৰ যিকোনো পাঁচটা বৈশিষ্ট্য লিখা।
Or / অথবা
Write a note on comparative analysis of companies.
কোম্পানীৰ তুলনামূলক বিশ্লেষণৰ এটা টোকা লিখা।
d) Give any five distinctions between primary market and secondary market.
মুখ্য বজাৰ আৰু গৌণ বজাৰ মাজত থকা যিকোনো পাঁচটা পাৰ্থক্য লিখা।
e) Describe the importance of NAV for the investor.
বিনিয়োগকাৰীৰ বাবে NAV-ৰ গুৰুত্ব আলোচনা কৰা।
f) Write a note on DEMAT Account.
ডিমেট একাউণ্টৰ ওপৰত এটা টোকা লিখা।
4) Answer the following questions in about 600 words each: 10*4=40
তলৰ প্ৰতিটো প্ৰশ্নৰ প্ৰত্যেকৰে প্ৰায় ৬০০ টা মান শব্দৰ ভিতৰত উত্তৰ কৰা:
a) Discuss in detail the features of the capital market. 10
পুঁজি বজাৰৰ বৈশিষ্ট্য বিশদভাবে আলোচনা কৰা।
Or / অথবা
Give the meaning of bond and explain its advantages and disadvantages. 2+4+4=10
বণ্ডৰ অৰ্থ বুজাই লিখা আৰু ইয়াৰ সুবিধা আৰু অসুবিধা বৰ্ণনা কৰা।
b) Discuss different types of mutual funds based on structure. 10
গাঁথনি অনুসৰি বিভিন্ন প্ৰকাৰৰ উমৈহতীয়া পুঁজিসমূহৰ বৰ্ণনা কৰা।
Or / অথবা
“Mutual Funds provide stability to share prices, safety to investors and resources to prospective entrepreneurs.” Analysc. 10
“উমৈহতীয়া পুঁজি অংশৰ বজাৰ দৰৰ সুস্থিৰতা প্ৰদান কৰে, বিনিয়োগৰ নিৰাপত্তা দিয়ে আৰু সম্ভাৱনাপূৰ্ণ উদ্যোগিক সমল যোগায়।” বিশ্লেষণ কৰা।
c) What is online stock trading? Elaborate the advantages and disadvantages of online stock trading. 2+4+4=10
অনলাইন ষ্টক ব্যৱসায় বুলিলে কি বুজা? অনলাইন ষ্টক ব্যৱসায় সুবিধা আৰু অসুবিধাসমূহ বিস্তাৰিতভাৱে লিখা।
Or / অথবা
Mention the common steps to be followed for investment in mutual fund online. 10
অনলাইন উমৈহতীয়া পুঁজিত বিনিয়োগৰ বাবে অনুসৰণ কৰা সাধাৰণ পদক্ষেপসমূহ উল্লেখ কৰা।
d) What is meant by options? Also point out the distinction between option and future contract. 2+8=10
বাচি লোৱা অধিকাৰ বুলিলে কি বুজা? বাচি লোৱা অধিকাৰ চুক্তি আৰু ভবিষ্যৎ চুক্তিৰ মাজত থকা প্ৰভেদটো দেখুওৱা।
Or / অথবা
i) Why is forward contracting useful? 5
আগতীয়া চুক্তি কিয় প্ৰয়োজনীয়?
ii) Write a note on the Regulatory Framework of Indian Securities Market. 5
ভাৰতীয় প্ৰতিভূতি বজাৰৰ নিয়ন্ত্ৰণকাৰী পৰিসৰ গঠনৰ ওপৰত এটা টোকা লিখা।